Book Title -
(Updated 2024) Computer Operator & DEO Guide eBook for Assam Competitive Exams
======================================
Total Questions - 6,000 nos
Total Pages - 600 Pages
Size - 245 MB
======================================
এইখিনি নপঢ়াকৈ নিকিনিব =
এইখন এখন eBook PDF অৰ্থাত মোবাইল বা কম্পিউটাৰত পঢ়িব পৰা এখন ইলেক্ট্ৰনিক কিতাপ । আপুনি পইচা Pay কৰাৰ পিছত ইয়াৰ Soft PDF Copy টো Download ৰ Link পাব । যদি Download ৰ Link নাপাই, আমালৈ আপোনাৰ email id, mobile no আৰু নাম উল্লেখ কৰি WhatsApp Message কৰিব ।
============================================
Topic & No. of Questions -
· Computer GK (2000 Q-Ans)
· English Grammar & Comprehension (2000 MCQ)
· General Knowledge (2400 A-Ans)
Previous Papers =
· Assam Secretariat Computer Operator 2018 Paper
· APSC Computer Operator 2019 Paper
· Gauhati High Court Computer Operator Paper
Terms & Condition -
এই কিতাপখন পৰীক্ষাটোৰ Official Syllabus অনুসৰিহে বনোৱা হৈছে । এই PDF কিতাপ খনত থকা প্ৰশ্ন-উত্তৰ আমি বনোৱা অন্য় বিভাগৰ পৰীক্ষাৰ কিতাপতো পাব পাৰে । সেয়েহে একেলগে গোটেইখিনি কিতাপ কিনাৰ প্ৰয়োজন নাই । মাথো এই Job টোৰ
বাবে Apply কৰা সকলৰ প্ৰতি লক্ষ্য ৰাখিহে এইখন ebook বনোৱা হৈছে । যদি আপুনি অসমৰ বহুকেইটা Job ৰ বাবে Apply কৰিছে, তেন্তে আমাৰ All-In-One-eBook খন
কিনক । তলত লিংক দিয়া হৈছে সেইখনৰ
Disclaimer -
এবাৰ Payment Complete হোৱাৰ পিছত পইচা ঘুৰাই দিয়া নহব । Payment কৰাৰ পিছত eBook Download কৰিব নোৱাৰিলে আমাক WhatsApp মেচেজ কৰক –8638011830 নম্বৰত ।
ধন্যবাদ
© Education For Assam YouTube Channel